অসম

assam

ETV Bharat / videos

Violating law: ন্যায়াধীশ সুজিৎ কুমাৰ ঘোষৰ বিৰুদ্ধে আইন উলংঘনৰ অভিযোগ - আইন উলংঘনৰ অভিযোগ

By

Published : Nov 8, 2022, 1:55 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

আইন ৰক্ষাকাৰীয়ে কৰিছে আইন উলংঘা ! এইবাৰ বিলাসীপাৰাৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ সুজিৎ কুমাৰ ঘোষৰ কৰ্মকাণ্ডক লৈ অতিষ্ঠ হৈছে বিলাসীপাৰা উকিল সন্থাৰ ৷ উপায়ন্তৰ হৈ ন্যায়াধীশ সুজিৎ কুমাৰ ঘোষৰ বিৰুদ্ধে বিলাসীপাৰা উকিল সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এক অভিযোগ (Justice Sujit Kumar Ghosh accused of violating law) ৷ আনহাতে, ন্যায়াধীশ সুজিৎ কুমাৰ ঘোষক বদলি নকৰালৈ বিলাসীপাৰা মহকুমা আদালত বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিলাসীপাৰা উকিল সন্থাই ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details