অসম

assam

ETV Bharat / videos

গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ - Bharatiya Tea Mazdoor Sangha protests in Golaghat

By

Published : Sep 12, 2022, 10:09 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Bharatiya Tea Mazdoor Sangha protests in Golaghat) ৷ চাহ শ্ৰমিকৰ প্ৰাপ্য বিচাৰি গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল ভাৰতীয় চাহ মজদুৰ সংঘই ৷ চাহ উদ্যোগত নিয়োজিত হৈ থকা উপ-কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিকে ধৰি উপকৰ্মচাৰীসকলৰ ভ্ৰমণ ভাট্টা দহ হাজাৰ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকৰ দৈনিক হাজিৰা ৩৫১ টকালৈ বৃদ্ধি কৰা, যিসকল শ্ৰমিকৰ ঘৰ দিয়া নাই সেইসকলক অতিৰিক্ত পাঁচ হাজাৰ টকা প্ৰদান কৰা আৰু কৰম পূজাত ঘোষণা কৰা বন্ধৰ ছুটিসহ হাজিৰা প্ৰদানৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details