অসম

assam

ETV Bharat / videos

Bharat Jodo Yatra: মৰিগাঁৱত ভাৰত জোড়ো যাত্ৰাৰ প্ৰস্তুতি - নগাঁও লোকসভা সমষ্টি

By

Published : Nov 6, 2022, 7:24 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

ৰাজ্যৰ আন আন জিলা লেখিয়াকৈ মৰিগাঁৱতো যাতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra of Congress) কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে শনিবাৰে মৰিগাঁৱত উপস্থিত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব (Congress meeting in Morigaon)। বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভাৰত জোড়ো কাৰ্যসূচীৰ মুখ্য আহ্বায়ক মেহদি আলম বৰা, সমন্বয়ক ৰমেন বৰঠাকুৰ আৰু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰমুখ্যে কেবাজনো নেতা উপস্থিত হয় মৰিগাঁৱত । মৰিগাঁও জিলা কংগ্ৰেছ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰৰ পৌৰহিত্যত অনুষ্ঠিত ভাৰত জোড়ো যাত্ৰা প্ৰস্তুতি সভাত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু তিথি উপলক্ষে আটায়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details