Bhagawat recitation: নলবাৰীৰ বৰক্ষেত্ৰী বৰ্ণি জগান্নাথ মন্দিৰত ভাগৱত পাঠ - Bhagawat recitation at Barni in Nalbari
নলবাৰী জিলাৰ বৰক্ষেত্ৰী বৰ্ণিত মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে একাদশ বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠিত হয় (Bhagawat recitation in Nalbari)। পবিত্ৰ মাঘ মাহ উপলক্ষে বৰক্ষেত্ৰী বৰ্ণিত পুৱাৰে পৰা জগন্নাথ মন্দিৰত ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হয় (Bhagawat recitation at Barni in Nalbari)। এই শোভাযাত্ৰাই গাঁওখন পৰিভ্ৰমণ কৰে । হৰিনামৰে মুখৰিত হৈ পৰে চৌদিশে ।
ইয়াৰ পিছতে মন্দিৰত ভাগৱত পাঠ কৰা হয় । আজিৰ এই অনুষ্ঠানত সহস্ৰাধিক লোক উপস্থিত থাকে । জগন্নাথ মন্দিৰত মনৰ আশা পূৰণৰ বাবে ভক্ত সকলে ধূপ, শৰাই ,নৈবেদ্য আগবঢ়ায় ।