অসম

assam

ETV Bharat / videos

Bhabesh kalita slams congress: কংগ্ৰেছক হিন্দুস্তানৰ ৰাইজে বয়ক’ট কৰিছে - ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

By

Published : Oct 13, 2022, 12:18 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

"কংগ্ৰেছক হিন্দুস্তানৰ ৰাইজে বয়ক’ট কৰিছে । কংগ্ৰেছৰ বেলি এতিয়া পশ্চিম আকাশত । ২৫ বছৰলৈকে কংগ্ৰেছে ওৱেটিং লিষ্টত থাকিব লাগিব । ২৫ বছৰলৈকে কংগ্ৰেছ দলে কেন্দ্ৰতে হওক বা ৰাজ্যত হওক চৰকাৰ গঠন কৰিব নোৱাৰে ।" বাইহাটা চাৰিআলিত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (Bhabesh kalita slams congress)। বাইহাটা চাৰিআলিৰ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বুধবাৰে অনুষ্ঠিত চি এম চেম্পিয়ন ট্ৰফীৰ অন্তিমখন কোৱাৰ্টাৰ খেলত উপস্থিত থাকি কংগ্ৰেছ দলক থকা-সৰকা কৰে সভাপতিগৰাকীয়ে (Bhabesh kalita at Baihata Chariali) ৷ নিগম নিকায় সমূহৰ চেয়াৰমেনৰ পদৰ নিযুক্তি সন্দৰ্ভত কৰা প্ৰশ্নৰ সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে, চৰকাৰ সলনি হোৱাৰ লগে লগে চেয়াৰমেনৰ পদৰ কাৰ্যকাল শেষ হয় । সেয়ে চৰকাৰ তৰফৰ পৰা চেয়াৰমেন, ভাইচ চেয়াৰমেন নিযুক্তি দিয়া হয় ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details