অসম

assam

Foreign liquor seized in Barpeta: অবৈধ সুৰাৰ সৈতে আটক সুৰা ব্যৱসায়ী

By

Published : Jul 16, 2022, 2:17 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

বৰপেটাত বৃদ্ধি পাইছে অবৈধ সুৰাৰ ব্যৱসায় (Illegal liquor trade is on rise in Barpeta) ৷ সেয়াহে সুৰামুক্ত বৰপেটা গঢ়াৰ ক্ষেত্ৰত তৎপৰ বৰপেটাৰ সদৰ আৰক্ষী ৷ শেহতীয়াকৈ বৰপেটাত অবৈধ সুৰাৰ সৈতে গ্ৰেপ্তাৰ সুৰা ব্যৱসায়ী জিতু নাথ (Liquor dealer arrested with illegal liquor)৷ বৰপেটাৰ সদৰ উপ আৰক্ষী অধীক্ষক সমুদ্ৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত চলোৱা অভিযানত জিতু নাথৰ ঘৰৰ পৰা জব্দ কৰে ৫৫০ টা বিলাতী সুৰা আৰু বিয়েৰৰ বটল ৷ উল্লেখ্য যে, সুৰা ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ হৈ পূৰ্বেও কেইবাবাৰো জেললৈ গৈছিল ধৃত সুৰা ব্যৱসায়ী জিতু নাথ ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details