অসম

assam

ETV Bharat / videos

Call for Barak Bandh: স্থানীয় চুপাৰি বিক্ৰীৰ বাবে এছ অ’ পি প্ৰস্তুতৰ দাবী বৰাকৰ চুপাৰি ব্যৱসায়ীৰ - SOP for sale of local supari

By

Published : Nov 18, 2022, 9:51 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

বিভিন্ন দাবীৰে শুকুৰবাৰে বৰাক ডেমক্ৰেটিক ফ্ৰ’ন্টে আহ্বান জনাইছিল 12 ঘন্টীয়া বৰাক উপত্যকা বন্ধ (Call for Barak Bandh) ৷ কৰিমগঞ্জ জিলাত অৱশ্যে বন্ধৰ প্ৰভাৱ কমকৈ পৰা পৰিলক্ষিত হয় (Barak valley Bandh)। কৰিমগঞ্জৰ বাৰিগ্ৰামত পুৱাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল দক্ষিণ কৰিমগঞ্জৰ স্থানীয় চুপাৰি ব্যৱসায়ীসকলে (Local supari traders of Barak valley) । বৰাক উপত্যকাৰ স্থানীয় চুপাৰি ব্যৱসায়ীৰ বাবে এছ অ’ পি প্ৰস্তুত কৰি স্থানীয় চুপাৰি বিক্ৰীৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই স্থানীয় ব্যৱসায়ীসকলে ৷ সেয়ে আজিৰ বন্ধৰ প্ৰতি সঁহাৰি জনাই তেওঁ লোক হিলদ’ল ভাঙি ৰাজপথত নামিল ৷ কিছু সময় পাচত পাথাৰকান্দি আৰক্ষী আহি তেওঁলোকৰ সৈতে আলোচনা কৰে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details