অসম

assam

ETV Bharat / videos

নিৰ্বাচিত OBC হিতাধিকাৰীৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ অতুল বৰাৰ - সামগ্ৰী বিতৰণ অতুল বৰাৰ

By

Published : May 28, 2022, 2:10 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে (Government scheme for development of OBC in Assam)। তেনে এক আঁচনিৰ অধীনতে অন্যান্য পিছপৰা শ্ৰেণীৰ নিৰ্বাচিত হিতাধিকাৰীসকলক প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে মন্ত্ৰী অতুল বৰাই (Atul Bora distributes essential commodities to OBC beneficiaries)। বোকাখাতৰ বি আৰ আম্বেদকাৰ ভৱনত আয়োজিত এক অনুষ্ঠানত হিতাধিকাৰীসকলক বিতৰণ কৰা হয় সামগ্ৰীসমূহ । অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয় আৰু বোকাখাত মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ৰ সহযোগত হিতাধিকাৰীসকলৰ মাজত খেলৰ সামগ্ৰী, চিলাই মেচিন, কৃষি সঁজুলি আৰু পানী ফিল্টাৰ বিতৰণ কৰে । ইফালে এই সামগ্ৰীসমূহ যাতে হিতাধিকাৰীসকলে যথাযথভাৱে ব্যৱহাৰ কৰে তাৰ আহ্বান জনাই মন্ত্ৰী অতুল বৰাই ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details