অসম

assam

ETV Bharat / videos

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অসমীয়া শিক্ষাৰ্থীয়েও পালন কৰিলে বিহু - বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অসমীয়া শিক্ষাৰ্থীয়েও পালন কৰিলে বিহু

By

Published : Apr 17, 2022, 8:14 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

ৰাজ্যৰ চৌদিশে বিহুৰ আনন্দত মতলীয়া প্ৰতিগৰাকী অসমীয়া (Rongali Bihu celebrates in Assam)। কেৱল অসমতে নহয় বিশ্বৰ ভিন্ন প্ৰান্তত থকা অসমীয়াসকলে বিহুৰ উছাহ ম্লান পৰিবলৈ দিয়া নাই । যাৰ বাবে অসমৰ বাহিৰত থকা অসমীয়াই সময় উলিয়াই এপাক হ'লেও নাচিছে । ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ বাৰাণসীত থকা বেনাৰস হিন্দু বিশ্ববিদ্যালয়তো দেখা গ'ল বিহুৰ আয়োজন (Bohagi Festival organised at Banaras Hindu University)। ঘৰৰ পৰা দূৰৈত থাকিলেও ৰঙালী বিহুত হেঁপাহ পলুৱাই নাচিলে বিশ্ববিদ্যালয়খনৰ অসমীয়া শিক্ষাৰ্থীসকলে । বেনাৰস বিশ্ববিদ্যালয়ৰ অধীনৰ অসম ছাত্ৰ সমাজৰ উদ্যোগত বাৰাণসীৰ স্বয়ম্বৰ হোটেলত উদযাপন কৰা হয় ব'হাগী উৎসৱ শীৰ্ষক বিশেষ কাৰ্যসূচীৰ (Assamese students of Banaras Hindu University celebrates Bihu) ৷ ব'হাগী উৎসৱত অন্যান্য অনুষ্ঠানৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য পৰিৱেশন কৰা দেখা গৈছে ।
Last Updated : Feb 3, 2023, 8:22 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details