অসম

assam

By

Published : Aug 22, 2022, 8:08 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

গুৰুজনাৰ গুণানুকীৰ্তনত মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত গুজৰাটৰ চিলভাচাৰ গগনা

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদ মাহ (Holy month of Bhadra begins) । ভাদ মাহ মানেই অসমৰ হিন্দু ধৰ্মীয় লোকসকলৰ বাবে এক পৱিত্ৰ মাহ । পৱিত্ৰ ভাদ মাহত নামৰ ধ্বনিত মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ সমগ্ৰ অসমৰ সত্ৰ তথা নামঘৰসমূহ । এইবাৰ কেৱল অসমতেই নহয়, পবিত্ৰ ভাদ মাহ উপলক্ষে গুজৰাটৰ চিলভাচাৰ গগনাতো গুজৰাটৰ প্ৰবাসী অসমীয়াসকলে আয়োজন কৰে ভাদ মহীয়া নাম (Bhadamahiya Naam organize in Gujrat) ৷ বৰ্তমান অসমৰ লগতে ভক্তিৰসত বুৰ গৈছে গুজৰাটৰ চিলভাচাৰ গগনাও ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details