অসম

assam

By

Published : Aug 18, 2022, 10:46 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / videos

দিলীপ শইকীয়াৰ মতে ৰাজ্যৰ 99 শতাংশ লোকে সমৰ্থন নকৰে কা বিৰোধী আন্দোলন

'কা' আন্দোলন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ (BJP MP Dilip Saikia criticizes CAA protesters) ৷ তেওঁ কয়, ‘‘বৰ্তমান সময়ত অসমৰ মানুহে অন্তৰৰ পৰা আন্দোলন নিবিচাৰে । স্বাধীনোত্তৰ কালত হোৱা বিভিন্ন আন্দোলনৰ ফলশ্ৰুতিত বহু লোকৰ মৃত্যু হ'ল, বহু পংগু হ'ল । আন্দোলনৰ দ্বাৰা ৰাজ্যখনৰ বহু ক্ষতি হ'ল । সেইবাবে এতিয়া ৯৯% লোকেই কা আন্দোলনক সমৰ্থন নকৰে’’ । 'কা' সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে স্পষ্টতাৰে বুজাই দিয়াৰ পিছত ইয়াৰ বিৰোধিতা কৰাৰ কোনো বাস্তৱিকতা নাই বুলি সাংসদ শ‌ইকীয়াই দোহাৰে (Dilip Saikia on CAA protest) ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details