অসম

assam

ETV Bharat / videos

Speech on Sardar Patel: ৰাষ্ট্ৰীয় একতা দিৱসত সংসদত অসম কন্যা অনন্যাৰ উদাত্ত ভাষণ - অসম কন্যা অনন্যা দত্ত

By

Published : Nov 1, 2022, 3:55 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

সংসদ ভৱনত ভাষণ দিলে অসম কন্যা অনন্যা দত্তই (Ananya Dutta speech on Sardar Vallabhbhai Patel) ৷ ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত সংসদ ভৱনত ভাষণ দিলে অসম কন্যা অনন্যাই (Assam girl Ananya speech in Parliament)। শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীয়াপাৰৰ নিবাসী, ইংৰাজী সাহিত্যৰ স্নাতক অনন্যা দত্তই সংসদ ভৱনত ভাষণ প্ৰদান কৰাৰ বিৰল সুযোগ লাভ কৰিছিল । ৰাষ্ট্ৰীয় একতা দিৱসত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জীৱন দৰ্শন, শিকন আৰু অৱদান সম্পৰ্কত ইংৰাজী ভাষাত ভাষণ প্ৰদান কৰে শিৱসাগৰ কলেজ, জয়সাগৰৰ প্ৰাক্তন ছাত্ৰীগৰাকীয়ে (Assam girl Ananya Dutta) । অনন্যা শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীয়াপাৰৰ দিলীপ দত্ত আৰু নৱনীতা দত্তৰ কন্যা । এই বিৰল সুযোগ লাভ কৰা অনন্যা আছিল অসমৰ একমাত্ৰ প্ৰতিনিধি ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details