অসম

assam

ETV Bharat / videos

BJP president Bhabesh Kalita : জুৱা সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ! - Assam BJP president

By

Published : Oct 30, 2022, 10:06 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ৰাস মহোৎসৱৰ সময়ত বিভিন্ন স্থানত চলি থকা জুৱা সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ অসম ৰাজ্যিক সভাপতি ভবেশ কলিতাই ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, জুৱা ৰোধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে (Bhabesh Kalita comments on gamble)। কিন্তু তাৰ মাজতেও বহুতে লুকাই-চুৰকৈ জুৱা খেল পাতে (Gamble at Raas Mahotsav) । জুৱা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ হ’লে সমাজখন ঠিক হ’ব লাগিব বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷ লগতে তেওঁ(Assam BJP president) কয়, ৰাসত প্ৰভু কৃষ্ণৰ জীৱন আদৰ্শৰ পৰা সকলোৱে শিক্ষা গ্ৰহণ কৰাৰ সময়ত জুৱাৰ দৰে অপসংস্কৃতিয়ে সমাজখন গ্ৰাস কৰাটো এক চিন্তনীয় বিষয় ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details