অসম

assam

ETV Bharat / videos

DAC Election 2022: মাজুলীত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ভৱেশ কলিতাৰ প্ৰচাৰ - মাজুলী পৰিষদীয় সমষ্টি

By

Published : Nov 4, 2022, 9:01 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (DAC Election 2022)। বৃহস্পতিবাৰে ৯ নং মাজুলী পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী ইনুপ্ৰভা দেউৰীৰ হৈ প্ৰচাৰ চলালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita )। আগন্তুক নিৰ্বাচনত মাজুলী সমষ্টিৰ লগতে আটাইকেইটা পৰিষদীয় সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি কয় ভৱেশ কলিতাই (Deori Autonomous Council)। তেওঁ কয় যে ভাৰতৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আকোঁৱালি লৈছে । ইফালে ভাৰত তথা অসমৰ ৰাইজে কংগ্ৰেছ দলক বিদায় দিছে, যাৰ কাৰণে এটা ৰাষ্ট্ৰীয় দলৰ অৱস্থা অতিকে শোচনীয় হৈছে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details