অসম

assam

মজুৰি বৃদ্ধি আৰু স্কুটি প্ৰদানৰ দাবীত আশা কৰ্মীৰ প্ৰতিবাদ

ETV Bharat / videos

ASHA workers protest: মজুৰি বৃদ্ধি আৰু স্কুটী প্ৰদানৰ দাবীত আশা কৰ্মীৰ প্ৰতিবাদ - Demand for scooty to ASHA workers

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 1:47 PM IST

Updated : Nov 1, 2023, 2:22 PM IST

তেজপুৰ,১ নৱেম্বৰ:ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আশাকৰ্মীসকলৰ তীব্ৰ প্ৰতিবাদ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ আশা কৰ্মীসকলেও সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰায় ৫ শতাধিক আশা কৰ্মীয়ে কঁপাই তুলিলে তেজপুৰ চহৰৰ । জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহি আদালত চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে আশাকৰ্মীৰ এটা বৃহৎ দলে ।  

মাননীৰ পৰিৱৰ্তে মজুৰি আৰু স্কুটী প্ৰদানৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । বৰ্তমান ২ হাজাৰ টকা মাননী ১৫,০০০ টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী জনায় । কেৱল এইয়াই নহয় যিহেতু আশাকৰ্মীসকলে বহু দূৰ দূৰণিৰ বাট অতিক্ৰম কৰি তেওঁলোকৰ কৰ্মক্ষেত্ৰত কৰ্ম কৰি আহিছে সেইবাবে চৰকাৰে প্ৰতি গৰাকী আশা কৰ্মীক একোখনকৈ স্কুটী দিয়াৰ বাবেও দাবী উত্থাপন এই প্ৰতিবাদ সাব্যস্ত কৰে তেজপুৰ চহৰত ।

চাওক আমাৰ এই প্ৰতিবেদন...

লগতে পঢ়ক:Protest in Tinsukia: প্ৰাপ্য়ৰ দাবীত আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া

Last Updated : Nov 1, 2023, 2:22 PM IST

ABOUT THE AUTHOR

...view details