2023 ৰ ভিতৰত মুকলি হ’ব অৰুণাচলত নিৰ্মীয়মান চেলা সুৰংগ - Sela tunnel project
আগন্তুক ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বিশ্বৰ ভিতৰত প্ৰথম ১৩০০০ ফুট উচ্চতাৰ টু লেন চেলা পাছ (Longest twin lane 13000 feet tunnel)সুৰংগ (Arunachal’s Sela tunnel project) ৷ বৃহস্পতিবাৰে এই সুৰংগৰে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ সঞ্চালক লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰীয়ে (Lt Gen Rajiv Chaudhary)১.৫ কিলোমিটাৰ দীৰ্ঘ সুৰংগৰে যাত্ৰা কৰে ৷ নুৰানং চেকটৰত প্ৰৱেশ কৰি তেওঁ কয় যে, যথেষ্ট পৰিশ্ৰমৰ ফলত বৰ্ডাৰ ৰোডছে এই সুৰংগ নিৰ্মাণ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST