সাৰদা কেলেংকাৰি গোচৰ সন্দৰ্ভত অংকিতা দত্তৰ প্ৰতিক্ৰিয়া - কিতা দত্তলৈ চিবিআৰ চমন জাৰি
এটা পুৰণি গোচৰৰ সন্দৰ্ভত CBI ৰ আদালতে জাৰি কৰা চমন প্ৰসংগত শুকুৰবাৰে মুখ খুলিলে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই (APYCC President Ankita Dutta reaction)। সাৰদা কেলেংকাৰিৰ এক পুৰণি গোচৰ সন্দৰ্ভত যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত থকা অংকিতা দত্তলৈ জাৰি কৰা হৈছিল এই চমন । চমন অনুসৰি ৩ ছেপ্টেম্বৰত CBI ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে দত্তক । ৩ ছেপ্টেম্বৰত কলকাতাৰ CBIৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকী ৷
Last Updated : Feb 3, 2023, 8:27 PM IST