অসম

assam

ETV Bharat / videos

Animal Sacrifice on Eid: কুৰ্বানিৰ ক্ষেত্ৰত চৰকাৰক পুনৰ বিবেচনা কৰাৰ আহ্বান - কুৰ্বানি দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা

By

Published : Jul 8, 2022, 7:38 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

পৰম্পৰাগতভাৱে অহা দেওবাৰে উদযাপিত হ’ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ(Eid ul Adha 2022) । ঈদ উপলক্ষে ইতিমধ্যে চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি । কিন্তু ৰাজ্য চৰকাৰৰ এক নিৰ্দেশে আউল লগাইছে ঈদৰ পৰম্পৰাগত প্ৰক্ৰিয়াত (Eid SOP Assam)। পৰম্পৰাগতভাৱে ঈদত কুৰ্বানি দিয়াৰ প্ৰথা চলি আহিছে যদিও এইবাৰ চৰকাৰে কুৰ্বানি দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইছলামধৰ্মী লোকে ঈদৰ পৰম্পৰা ৰক্ষাৰ বাবে চৰকাৰৰ নিৰ্দেশনাক পুনৰ বিবেচনা কৰাৰ আহ্বান জনোৱাৰ বিপৰীতে হিন্দু ধৰ্মৰ একাংশই চৰকাৰী নিৰ্দেশ মানি ভাতৃত্ববোধৰ নিদর্শন দাঙি ধৰিবলৈ ইছলামধৰ্মী লোকৰ প্ৰতি আহ্বান জনাইছে (Call for government to reconsider on ban on animal sacrifice in Qurbani) ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details