অসম

assam

ETV Bharat / videos

DU ragging case : সুকলমে সম্পন্ন হ'ল আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ, অসমবাসীক ধন্যবাদ দিলে আনন্দৰ পৰিয়ালে - Anand Sharma family thanks public

By

Published : Dec 2, 2022, 11:06 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

সুকলমে সম্পন্ন হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তোভোগী আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ (Successful surgery of Anand Sharma)। জটিল অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱাৰ লগে লগে আনন্দ শৰ্মাৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে । জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাৰ বাবে ৰাজ্যবাসীয়ে যিধৰণে প্ৰাৰ্থনা কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনালে আনন্দ শৰ্মাৰ পৰিয়ালে (Anand Sharma family thanks public)। অসমবাসীৰ আশীৰ্বাদ আৰু প্ৰাৰ্থনাৰ বাবে অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হ'ল বুলি প্ৰকাশ কৰে আনন্দ শৰ্মাৰ পৰিয়ালে । ইফালে অস্ত্ৰোপচাৰৰ অন্তত প্ৰথমে আনন্দ শৰ্মাই মাতৃক বিচৰাত মাতৃয়ে তেওঁৰ সৈতে বাৰ্তালাপ কৰে । ইফালে ৰেগিং কাণ্ড (DU ragging case) সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ বাবে মুখ্যমন্ত্ৰীগৰাকীকো ধন্যবাদ জনাইছে আনন্দ শৰ্মাৰ পৰিয়ালে ।
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details