অসম

assam

ETV Bharat / videos

Protest in Sonapur: সোণাপুৰত আমৰি কাৰ্বিৰ প্ৰতিবাদী কাৰ্যসূচী - সোণাপুৰত আমৰি কাৰ্বিৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Oct 26, 2022, 3:24 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বুধবাৰে সোণাপুৰত আমৰি কাৰ্বি জাতীয় পৰিষদৰ উদ্যোগত ৰূপায়িত কৰা হয় এক বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী(Protests against declaring forests as reserved forest areas) । ৰাজ্যৰ বন বিভাগে শেহতীয়াকৈ ডিমৰীয়াৰ তিনিখনকৈ বনাঞ্চল ক্ৰমে হহঁৰা, ইষ্ট আপৰিকোলা আৰু গাৰোৱানি বনাঞ্চলক সংৰক্ষিত বনাঞ্চল এলেকা ঘোষনাৰ প্ৰস্তাৱ বাতিল কৰা, ৰাজধানী সম্প্ৰসাৰণ বন্ধ কৰা, জনজাতি আবেষ্টনী ৰক্ষা কৰা, স্বায়ত্ব শাসিত জিলা আমৰি লংৰি প্ৰদান কৰা, আমৰি কাৰ্বি সকলক ষষ্ঠ অনুসূচিৰ আধাৰত পাৰ্বত্য জনজাতি হিচাবে স্বীকৃতি প্ৰদান কৰা আদি কেইবাটাও দাবীৰে প্ৰতিবাদকাৰীসকলে সমগ্ৰ সোণাপুৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details