অসম আৰক্ষী দিৱসত এজন আৰক্ষী বিষয়াৰ মাতৃপ্ৰেমৰ এটি ভিডিঅ’
অসম আৰক্ষী দিৱসত(70th Assam Police Day) এজন আৰক্ষীৰ মাতৃপ্ৰেমৰ এটি ভিডিঅ'। এগৰাকী মাতৃৰ চৰণ চুই সেৱা কৰিলে আমগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া নাৰায়ণ বড়োৱে (Amguri police station OC)৷ গণশিল্পী মহেন্দ্ৰ হাজৰিকাক(Artist Mahendra Hazarika) কাষত লৈ আৰক্ষী বিষয়াজনে পাঠ কৰিলে স্বৰচিত কবিতা ৷ নাৰায়ণ বড়োৱে কবিতা পাঠ কৰা লগতে শিল্পী মহেন্দ্ৰ হাজৰিকায়ো এটি গীত পৰিৱেশন কৰে (Mahendra Hazarika song)।
Last Updated : Feb 3, 2023, 8:28 PM IST