Discrepancies in Goreswar PHC: ICU নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ - ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ
গোৰেশ্বৰ 30 খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ ICU কক্ষ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ(Discrepancies in Goreswar PHC) ৷ ঠিকাদাৰৰ বিৰুদ্ধে নিজৰ মইমতালিৰে নিম্ন মানৰ কাম কৰাৰ অভিযোগ চিকিৎসালয় পৰিচলানা সমিতিৰ ৷ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ফাঁট মেলা পৰিলক্ষিত হৈছে পকী দেৱালত(Discrepancies in ICU construction at Goreswar PHC) ৷ ঠিকাদাৰৰ কাম-কাজত অসন্তুষ্ট হৈ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছে চিকিৎসালয় পৰিচালনা সমিতিয়ে ৷ ঠিকাদাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী চিকিৎসালয় কৰ্তৃপক্ষৰ ৷
Last Updated : Feb 3, 2023, 8:38 PM IST