অসম

assam

অসম পঞ্চায়ত আইন সংশোধনী

ETV Bharat / videos

Assam Panchayat Act Amendment : চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা নতুন পঞ্চায়ত নীতি কোনোপধ্যে গ্ৰহণযোগ্য নহয়; লুৰীণজ্যোতি গগৈ

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 10:45 PM IST

ডিব্ৰুগড়, 9 ছেপ্টেম্বৰ :ৰাজ্যত এইবাৰ নতুন পদ্ধতিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ ৷ ইয়াৰ বাবে অসম পঞ্চায়ত আইন সংশোধনীৰ ক্ষেত্ৰতো অনুমোদন জনালে ৰাজ্যিক কেবিনেটে ৷ ৰাজ্য চৰকাৰে পঞ্চায়ত আইন সংশোধন কৰি নতুন নিয়মেৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চেষ্টা চলোৱাক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা নতুন পঞ্চায়ত নীতি কোনোপধ্যে গ্ৰহণযোগ্য নহয় ৷ বিজেপি চৰকাৰে পঞ্চায়ত দখল কৰিবলৈ কুট-কৌশল ৰচনা কৰিছে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমত একলগ হোৱা 12 টা বিৰোধী ৰাজনৈতিক দলে ৰাজনৈতিকভৱে আৰু আইনীভাৱে যুঁজ দিব বুলিও কয় অজাপৰ সভাপতিগৰাকীয়ে ৷ 

লগতে পঢ়ক :General Election of Students Union: টিংখাং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উৰিল আছুৰ জয় ধ্বজা

ABOUT THE AUTHOR

...view details