অসম

assam

ETV Bharat / videos

আহোম টেৰিটৰিয়েল লেণ্ডৰ দাবী আহোম সেনাৰ

By

Published : Sep 2, 2022, 7:29 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

আহোম জনগোষ্ঠীৰ অন্যতম সংগঠন আহোম সেনাৰ দশম প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় (Ahom Sena formation day)। পুৱা পিয়লি ফুকন উদ্যানত(Piyoli Phukan Park Sivasagar) টাই পৰম্পৰা অনুসৰি পূৰ্ব পুৰুষসকলক সোঁৱৰণ কৰাৰ পাছত স্থানীয় যুৱদলত দশম প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা সম্পন্ন হয় । এই অনুষ্ঠানত আহোম সেনাৰ পৰৱৰ্তী কাৰ্যাৱলী আলোচনা হোৱাৰ লগতে অসম আৰু অসমীয়া বিৰোধী যিকোনো শক্তিৰ বিৰুদ্ধে মাৰবান্ধি ঠিয় হ'বলৈ আহোম সেনাৰ সকলো সদস্যই সংকল্প গ্ৰহণ কৰে । আনহাতে আহোম জনগোষ্ঠীক জনজাতিকৰণ(Tribalisation of Ahom community) কৰাৰ লগতে আহোম স্বায়ত্ব শাসন তথা 'আহোম টেৰিটৰিয়েল লেণ্ড(Ahom territorial land) প্ৰদানৰো দাবী উত্থাপন কৰা হয় আজিৰ প্ৰতিষ্ঠা দিৱসত ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details