অসম

assam

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আগমনৰ সময়তে ABVPৰ প্ৰতিবাদ

By

Published : Aug 26, 2022, 3:44 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদত কঁপিল মঙলদৈ ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মঙলদৈ উপায়ুক্ত কাৰ্যালয়ত(Mangaldoi DC office) উপস্থিত হোৱাৰ সময়তে প্ৰতিবাদ ABVPৰ (ABVP protest in Mangaldoi) ৷ অসম চৰকাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা ইংৰাজী ভাষাত অংক আৰু বিজ্ঞান বিষয়ৰ পাঠদানৰ বিৰোধিতা কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (Science and Mathematics in English instead of Assamese) ৷ পৰিষদৰ মত অনুসৰি অসমত অসমীযা ভাষা নপঢ়িলে ক’ত পঢ়িব ? সেয়ে চৰকাৰক এই বিষয়টি পুনৰ বিবেচনা কৰি অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ দাবী জনায় ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details