AASA Protest in Namrup:সাৰ কাৰখানা ৰক্ষাৰ দাবীত আছাৰ প্ৰতিবাদ - AASA Protest in Namrup
নাহৰকটীয়া, ২৪ জুলাই:নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থগোট স্থাপনৰ সংগ্ৰাম চলি থকাৰ মাজতে সংসদৰ মজিয়াত সাৰ কাৰখানা বন্ধ কৰিবলৈ নীতি আয়োগে দিয়া পৰামৰ্শ ফাদিল হোৱাৰ পাছত ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্ততৰ লগতে এতিয়া নামৰূপ সাৰ কাৰখানা ৰক্ষাৰ দাবীত আৰম্ভ হৈছে প্ৰতিবাদ । সাৰ কাৰখানা বন্ধৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা ।
আজি নামৰূপতো সদৌ আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে দাবী জনাই । সংগঠনটোৱে নামৰূপ সোণাৰী তিনিআলিত কেন্দ্ৰীয় সাৰমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷
TAGGED:
AASA Protest in Namrup