অসম

assam

ETV Bharat / videos

2023 Panchayat polls: বোকাখাতত ৪ শতাধিক লোকে যোগদান কৰিলে আম আদমি পাৰ্টীত

By

Published : Oct 30, 2022, 10:15 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

২০২৩ ৰ পঞ্চায়ত নিৰ্বাচনৰ (2023 Panchayat polls) প্ৰাকক্ষণত বোকাখাতত টঙালি বান্ধিছে আম আদমি পাৰ্টীয়ে (AAP joining program at Bokakhat) । দেওবাৰে কৃষি মন্ত্ৰী অতুল বৰাৰ (Minister Atul Bora) গৃহ সমষ্টি বোকাখাতৰ নাট্যমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত ৪ শতাধিক লোকে যোগদান কৰিলে আম আদমি পাৰ্টীত (Four hundred Congress member join AAP) ৷ দেশত কংগ্ৰেছ দলৰ ৰাজনৈতিক যাত্ৰাৰ অশুভ দিনত কেজিৱালৰ দলে কিছু উত্থান লাভ কৰি বিৰোধীৰ আসনত বহিবলৈ সক্ষম হৈছে । তেনে প্ৰেক্ষাপতত AAP দলটোৰ প্ৰতি আকৃষ্ট হৈ নতুন সদস্যই যোগদান কৰা বুলি মতপোষণ কৰে দলীয় কৰ্মীয়ে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details