অসম

assam

ETV Bharat / videos

মাজুলীত বজ্ৰ পৰি আহত এজন - বজ্ৰ

By

Published : Jul 9, 2022, 7:55 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

আজি পুৱাৰ ভাগত এজাক প্ৰবল বৰষুণৰ লগতে অহা প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ সময়ত বজ্ৰ পৰি আহত হয় মাজুলীৰ এজন ব্যাক্তি (Man from Majuli injured by thunderstrike) ৷ আহত ব্যাক্তিজনৰ নাম ভবেন দাস (46) । বাঘৰ গাঁৱৰ লোকজন কুমলীয়া চাপৰিত থকা গৰু গোহালিৰ কাষতে টিঙৰ চালি এখনত বৰষুণৰ পৰা পৰিত্ৰান পাবলৈ ৰৈ থকা অৱস্থাতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ৷ আহত ব্যাক্তিজনক গাঁৱৰ লোকে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যায় ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details