বিজয়া দশমীত 100 ফুট উচ্চতাৰ ৰাৱণ দাহ হ’ব বৰমাত - ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ কাৰ্যসূচী বৰমাত
কাইলৈ বৰমা বাৰোৱাৰী দূৰ্গা পূজাৰ বিশেষ আকৰ্ষণ ৰাৱন দাহ কাৰ্যসুচী (Dussera 2022)৷ বিজয়া দশমী উপলক্ষে সাজু কৰি তোলা হৈছে ১০০ ফুট উচ্চতাৰ ৰাৱণ(100 feet tall Ravana in Barma) । ৰাৱণ দাহ কাৰ্যসূচী সুচাৰুৰূপে সমাপন কৰিবলৈ বৰমা বাৰোৱাৰী দূৰ্গা পূজা সমিতিয়ে সুন্দৰ জাকজমকতাৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰখন সজাই পৰাই তোলাৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷ পূৰ্বৰ দৰে লক্ষাধিক লোকৰ আগমন ঘটিব বুলি আশা প্ৰকাশ কৰিছে উদ্যেক্তা সমিতিয়ে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST