অসম

assam

ETV Bharat / videos

দূৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান - এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা

By

Published : Mar 12, 2022, 6:12 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

নতুন দিল্লীৰ পৰা বিলাসপুৰ অভিমূখে জবলপুৰ হৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান জবলপুৰৰ ডুম্মা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে ৰানৱেৰ পৰা হঠাৎ পিছলি পৰে (New Delhi to Bilaspur Via Jabalpur flight slip)। উল্লেখ্য যে, বিমানখনত থকা সকলো যাত্ৰী বৰ্তমান সুৰক্ষিত অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

...view details