অসম

assam

By

Published : Mar 26, 2022, 3:07 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / videos

হজযাত্ৰা সন্দৰ্ভত ডিব্ৰুগড়ত হজ কমিটিৰ অধ্যক্ষৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে আগন্তক হজযাত্ৰা সন্দৰ্ভত শনিবাৰে ডিব্ৰুগড়ত হজ কমিটিৰ বিষয়ববীয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়(Nekibur Zaman meeting in Dibrugarh on Haj pilgrims) ৷ জ্যেষ্ঠ অধিবক্তা তথা হজ কমিটিৰ অধ্যক্ষগৰাকীয়ে এইবাৰ পূৰ্বতকৈ ব্যতিক্ৰমী ৰূপত হজযাত্ৰা কৰাত গুৰুত্ব দিয়ে । তেওঁ ইতিমধ্যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰাৰো কথা ব্যক্ত কৰে । অধ্যক্ষ জামানে(Haj Committee Chairman Nekibur Zaman) অসমত হজ ভৱন নিৰ্মাণৰ বাবে চৰকাৰে পৰিকল্পনা কৰাৰ কথাও সদৰি কৰে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details