অসম

assam

ETV Bharat / videos

এইবাৰ আৰক্ষীৰ জালত আফিং খেতিৰ মাষ্টাৰমাইণ্ড আব্দুল জব্বৰ - anti narcotic mission by assam police

By

Published : Apr 2, 2022, 10:01 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

গোৱালপাৰা জিলাৰ লক্ষীপুৰত আফিং খেতিৰ মাষ্টাৰমাইণ্ড আব্দুল জব্বৰক গ্ৰেপ্তাৰ । কিছুদিন পূৰ্বে লক্ষীপুৰ, চুনাৰীত গোৱালপাৰা আৰক্ষীয়ে কেইবা হেক্তৰ ভূমি আফিং খেতি ধ্বংস কৰিছিল (Opium destroyed by police in Goalpara)। গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু চুনাৰী থানাৰ অন্তৰ্গত চৰাঞ্চল সমূহত হেক্টৰে হেক্টৰে অবৈধভাৱে কৰা আফিং খেতিৰ মূল অভিযুক্ত এই আব্দুল জব্বৰ অৱশেষত এতিয়া আৰক্ষীৰ জালত ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details