অসম

assam

ETV Bharat / videos

Massive fire in Hojai: লংকা পিয়লি বজাৰত উপস্থিত ৰামকৃষ্ণ ঘোষ - লংকাৰ পিয়লি বজাৰত অগ্নিকাণ্ড

By

Published : Apr 9, 2022, 9:19 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

শনিবাৰে পুৱতি নিশা হোজাই জিলাৰ লংকাৰ পিয়লি বজাৰত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় (Massive fire in piyoli market at Lanka) । এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে বহুকেইখন বিপণী জাহ যায় । ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ এই জুই নিৰ্বাপন কৰাত ব্যস্ত হৈ পৰে । ঘটনা সংঘটিত হোৱাৰ পিছতে লংকা পিয়লি বজাৰত উপস্থিত হৈ হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে এই অগ্নিকাণ্ডৰ ফলত আনুমানিক 50 কোটি টকাৰ ক্ষয় ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰে (MLA Ramkrishna Ghosh at Lanka Piyoli Market) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দশমৰ্মে ঘটনাস্থলীত উপস্থিত হৈ হোজাই বিধায়ক গৰাকীয়ে ভুক্তভোগীসকলক ক্ষতি পূৰণৰ আশ্বাস প্ৰদান কৰে ।
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

...view details