অসম

assam

ETV Bharat / videos

Municipal Election 2022 : টীয়কত মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলালে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে

By

Published : Feb 27, 2022, 1:14 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

6 মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন (Municipal Election 2022) ৷ টীয়ক পৌৰসভাৰ ১০ টাকৈ ৱাৰ্ডতে অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মৰাণৰ বিধায়ক তথা টীয়ক পৌৰ নিৰ্বাচনত বিজেপি দলৰ তত্বাৱধায়কৰ দায়িত্বত থকা চক্ৰধৰ গগৈয়ে (mla chakradhar gogoi campaigned for teok municipal elections) । দুটাকৈ দিন সম্পূৰ্ণ ১০ টা ৱাৰ্ডত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ৱাৰ্ডৰ লগতে বহু ভোটাৰৰ ঘৰে ঘৰে গৈ নগৰখনৰ উন্নয়ন অব্যাহত ৰখাৰ স্বাৰ্থ আগন্তুক নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে ভোটাধিকাৰ সাব্যস্ত কৰি টীয়ক পৌৰসভাখন মিত্ৰজোঁটৰ দখললৈ আনিবলৈ ৰাইজক আহ্বান জনাই তত্বাৱধায়ক গৰাকীয়ে লগতে আটাইকেইটা ৱাৰ্ডতে বিজেপি-অগপৰ মিত্ৰতাৰ প্ৰাৰ্থীয়ে জয়ী হ’ব বুলি আশা প্ৰকাশ কৰিছে ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details