অসম

assam

By

Published : Mar 7, 2022, 10:11 AM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / videos

বৰাক উপত্যাকাৰ প্ৰতিটো ৱাৰ্ডতে জয়ী হ’ব বিজেপি: বিধায়ক বিজয় মালাকাৰ

‘‘বৰাক উপত্যকাৰ আটাইকেইখন পৌৰসভা বিজেপিৰ দখলত থাকিব (Assam municipal election 2022) ৷ ইতিমধ্যে ৰামকৃষ্ণনগৰৰ দুখন কৈ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দীতাৰে জয়ী হৈছে বিজেপি আৰু বাকী আঠটা ৱাৰ্ডো বিজেপি প্ৰাৰ্থীৰ দখলত থাকিব’’ ৷ দেওবাৰে ৰামকৃষ্ণনগৰ পৌৰসভাৰ পাঁচ নম্বৰ ৱাৰ্ডত ভোটদান কৰিবলৈ আহি সাংবাদিকৰ আগত এই মন্তব্য কৰে বিধায়ক বিজয় মালাকাৰে ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details