অসম

assam

ETV Bharat / videos

মৰাণৰ ৬ নং ৱাৰ্ডত ৰাজহ মন্ত্ৰী যোগেন মহনৰ ভোটধিকাৰ সাব্যস্ত - ৰাজহ মন্ত্ৰী যোগেন মহনৰ ভোটধিকাৰ সাব্যস্ত

By

Published : Mar 6, 2022, 3:33 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

মৰাণৰ নেহেৰু হিন্দী বিদ্যালয়ত ৬ নং ৱাৰ্ডত ভোট দান কৰিলে ৰাজহ মন্ত্ৰী যোগেন মহনে(Jogen Mohan casts vote in Moran) ৷ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ ১১ টা পৌৰসভাৰ ৱাৰ্ডতে বিজেপি প্ৰাৰ্থী সকলে জয় লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Minister Jogen Mohan casts his vote)। ইয়াৰ লগতে ভোটাৰ সকলক শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ আহ্বান জনালে ৰাজহ মন্ত্ৰীগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details