অসম

assam

ETV Bharat / videos

হঠাৎ কাৰ ওপৰত খং উঠিল মন্ত্ৰী বিমল বৰাৰ ? - Minister Bimal Borah got angry

By

Published : Feb 12, 2022, 11:57 AM IST

Updated : Feb 3, 2023, 8:11 PM IST

পুৱাই খং উঠিল শক্তিমন্ত্ৰী বিমল বৰাৰ (Minister Bimal Borah got angry) ! কিন্তু কিয় ? অন কেমেৰাত শক্তিমন্ত্ৰী বিমল বৰাই ধমক দিলে বিদ্যুৎ বিভাগৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ কৰ্মীক ৷ শনিবাৰে মৰাণ বিধান সভা সমষ্টিৰ ৰাংচালি পঞ্চায়তৰ অন্তৰ্গত ঘোঁৰাঘাজত পুৱাই দীনদয়াল উপাধ্যায় আঁচনি বিদ্যুৎ সংযোগী কাম পৰিদৰ্শন কৰে শক্তিমন্ত্ৰী বিমল বৰাই (Bimal Borah visits UGJY at moran lac)। মন্ত্ৰীগৰাকীয়ে বিদ্যুৎ বিভাগৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ কৰ্মকাণ্ড দেখি ক্ষোভিত হৈ ধমক দিলে ঠিকাদাৰ প্ৰতিষ্ঠানৰ কৰ্মীক । নিদ্ধাৰিত সময়মতে ঠিকাদাৰ প্ৰতিষ্ঠানে কাম সম্পূৰ্ণ কৰিব নোৱাৰাত এনেদৰে ক্ষোভিত হৈ পৰে শক্তিমন্ত্ৰীগৰাকী ।
Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

...view details