অসম

assam

By

Published : Mar 28, 2022, 9:36 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / videos

Massive fire in Tezpur: তেজপুৰত প্ৰায় ২০ কোটিৰ সম্পত্তি জাহ গ’ল জুইত

তেজপুৰ নিকামূল মাজগাঁৱৰ কৃষ্ণা হুণ্ডাই ডিলাৰত ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত প্ৰায় 16 খন বিলাসী গাড়ীৰ লগতে বহু মূল্যবান সামগ্ৰী ভস্মীভূত হয় (Massive fire in Tezpur)৷ অগ্নি নিৰ্বাপক বাহিনীৰ মুঠ 5 খন গাড়ীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও 16 খন বিলাসী গাড়ীৰ ভিতৰত চাৰ্ভিছিং কৰিবলৈ দিয়া গ্ৰাহকৰ ৪ খন গাড়ীও ভস্মীভূত হয় । ইয়াৰ উপৰিও নগদ ২ লাখ ৭০ হাজাৰ টকা জুইত জাহ যায় । অগ্নিকাণ্ডটোত প্ৰায় 20 কোটি টকাৰ সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

...view details