অসম

assam

By

Published : Nov 2, 2021, 4:56 PM IST

ETV Bharat / videos

ৰঙালাওৰ হালৱাৰে অধিক মনমোহা কৰি তোলক দেৱালীৰ সন্ধিয়াটি

এতিয়া উৎসৱৰ বতৰ ৷ উৎসৱ বুলিলেই পোনতে মনলৈ আহে মিঠাইৰ কথা ৷ উৎসৱৰ সন্ধিয়াটি ঘৰলৈ অহা আলহীক যাচিব পাৰে আপুনি প্ৰস্তুত কৰা সুস্বাদু মিঠাই ৷ অতি কম খৰচতে স্বাস্থ্য়ৰ উপযোগীকৈ ঘৰতে প্ৰস্তুত কৰিবপৰা এবিধ মিঠাই হৈছে ৰঙালাওৰ হালৱা ৷ ৰঙালাও বেয়া পোৱা মানুহ হয়তো কমেই ওলাব ৷ তেনেক্ষেত্ৰত অকণ ব্যতিক্ৰমীভাৱে যদি ৰঙালাওৰে এবিধ মিঠাই তৈয়াৰ কৰি পৰিৱেশন কৰিব পাৰে, তেন্তে আপুনিও খুচ, আলহীও খুচ ৷

ABOUT THE AUTHOR

...view details