অসম

assam

By

Published : Aug 26, 2020, 2:05 PM IST

ETV Bharat / videos

বৰ্ণবাদৰ প্ৰসংগত ভোটদান কৰিব নে আমেৰিকাই ?

আমেৰিকাত জেকব ব্লেকৰ হত্যাকাণ্ডৰ পাছত আৰু এজন শ্বেতাংগক আমেৰিকান আৰক্ষীয়ে গুলীয়াই হত্যা কৰে ৷ বৰ্ণবাদক লৈ আমেৰিকাত চলি থকা বিতৰ্ক আৰু উত্তেজনাই এতিয়া আৰু অধিক শক্তিশালী ৰূপত পোহৰলৈ আহিছে ৷

ABOUT THE AUTHOR

...view details