অসম

assam

ETV Bharat / videos

লুইচিয়ানাত বিমানৰ জৰুৰীকালিন অৱতৰণ - হওয়ি গুইড্ৰি

By

Published : Jul 4, 2020, 12:11 PM IST

যান্ত্ৰিক বিজুতিৰ বাবে লুইচিয়ানাত এখন বিমানৰ জৰুৰীকালিন অৱতৰণ কৰিবলগা হয় ৷ গন্তব্যস্থলীত অৱতৰণ কৰিবলৈ প্ৰায় এক ঘন্টা বাকী থকাৰ লগতে 2,000 ফুট উচ্চতাত যান্ত্ৰিক বিজুতিৰ সম্ভেদ পাই হওয়ি গুইড্ৰি নামৰ পাইলটগৰাকীয়ে বিমানখন ৰাষ্ট্ৰীয় ঘাইপথতে জৰুৰীকালিন অৱতৰণ কৰে ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা ৷

ABOUT THE AUTHOR

...view details