ধৰিত্ৰী দিৱসৰ ৰূপালী জয়ন্তীত NASAৰ বিশেষ ভিডিঅ‘ - ধৰিত্ৰী দিৱসৰ ৰূপালী জয়ন্তীত NASAৰ বিশেষ ভিডিঅ‘
নাছা (NASA) ই নিজৰ টুইটাৰ একাউন্টত মহাকাশৰ পৰা লোৱা পৃথিৱীৰ কিছু অদ্ভুত দৃশ্য শ্বেয়াৰ কৰিছে ৷ এই ভিডিঅ'ত বহু বছৰ পুৰ্বৰে পৰা মহাকাশৰ পৰা পৃথিৱী কেনেদৰে দেখা পোৱা গৈছিল তাক দেখুওৱা হৈছে ৷