অসম

assam

ETV Bharat / videos

বিশ্বৰ ভিন্ন দেশসমূহত COVID-19ৰ সাম্প্ৰতিক পৰিস্থিতি

By

Published : Jun 8, 2020, 4:44 PM IST

কৰ'ণা মহামাৰীৰ ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত ৷ বৰ্তমানলৈকে বিশ্বত7,091,469 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে,মৃত্যুক আঁকোৱালি লৈছে 406,192 গৰাকী লোকে ৷ বৰ্তমানলৈ এই মহামাৰীত বিশ্বৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ দেশখনত 2,007,449 গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হৈছে আৰু 112,469 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ ব্ৰাজিলতো একেদৰে 691,962 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 37,312 গৰাকীলৈ৷ বিশ্বৰ দেশ সমূহৰ COVID-19 ৰ খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details