অসম

assam

By

Published : Jun 21, 2020, 1:33 PM IST

ETV Bharat / videos

Covid-19 : বিশ্বৰ সামগ্ৰিক তথ্য

সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 8,921,385 গৰাকীলৈ বৃদ্ধি ৷ আনহাতে, মৃতকৰ সংখ্যা হৈছেগৈ 466,848 গৰাকী ৷ সমগ্ৰ বিশ্বৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৷ আমেৰিকাত আক্ৰান্তৰ সংখ্যা 2,330,578 গৰাকী হোৱাৰ বিপৰীতে মৃত্যু হৈছে 121,980 গৰাকী ৷ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ব্ৰাজিল আৰু ৰাছিয়া ৷ চতুৰ্থ স্থানত আছে ভাৰত ৷ ভাৰতত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 410,461 গৰাকী হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা হৈছে 13,254 গৰাকী ৷ দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ ৷ ইয়াৰ পাচতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে তামিলনাডু আৰু দেশৰ ৰাজধানী দিল্লী ৷ আনহাতে, অসমত আক্ৰান্তৰ সংখ্যা 5255 গৰাকী আৰু মৃত্যু হৈছে 9 গৰাকীৰ ৷

ABOUT THE AUTHOR

...view details