অসম

assam

By

Published : Jun 18, 2020, 10:54 AM IST

ETV Bharat / videos

COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ইন্টাৰনেশ্যনেল ডেস্ক, 18 জুন : বিশ্বত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 8,403,599 গৰাকীলৈ বৃদ্ধি ৷ আনহাতে, মৃতকৰ সংখ্যা 451,383 গৰাকী ৷ বিশ্বৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ আমেৰিকাত আক্ৰান্তৰ সংখ্যা 2,234,471 গৰাকী ৷ বিশ্বৰ সৰ্বাধিক আক্ৰান্তৰ তালিকাত চতুৰ্থ স্থানত আছে ভাৰতবৰ্ষ ৷ ভাৰতত আক্ৰান্তৰ সংখ্যা 366,946 গৰাকীলৈ বৃদ্ধি ৷ ৰাজ্যসমূহ ভিতৰত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত ৷ মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা 1,16,752 গৰাকী ৷ আনহাতে, অসমত আক্ৰান্তৰ সংখ্যা 4,694 গৰাকী আৰু মৃতকৰ সংখ্যা 8 গৰাকী ৷ লগতে পঢ়ক : 4G আপগ্ৰেডৰ সময়ত BSNL এ ব্যৱহাৰ কৰিব নোৱাৰিব চীনা টেলিকম সামগ্ৰী

ABOUT THE AUTHOR

...view details