অসম

assam

COVID-19: বিশ্বৰ শেহতীয়া খবৰ

By

Published : Jul 23, 2020, 6:13 PM IST

বৃহস্পতিবাৰৰ দিটোত সমগ্ৰ বিশ্বতে 2,79,542 তকৈয়ো অধিক লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে বিশ্বত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 1,53,64,120 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ আনহাতে কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ এই প্ৰৰ্যন্ত বিশ্বজুৰি 6,29,297 গৰাকীতকৈয়ো অধিক লোকে সাঁৱটি লৈছে মৃত্যুক ৷ এই মহামাৰীৰ ফলত আক্ৰান্ত হোৱা সৰ্বাধিক লোকৰ সংখ্যা পোৱা গৈছে আমেৰিকাত ৷ তাৰ সমান্তৰালকৈ ক্ৰমে ব্ৰাজিল, ভাৰত, ৰাছিয়া, দক্ষিণ আফ্ৰিকা আদি দেশতো ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে আক্ৰান্ত লোকৰ সংখ্যা ৷ বিশ্বৰ ভিন্ন দেশত কৰ'ণা সমক্ৰমণৰ শেহতীয়া খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details