অসম

assam

By

Published : Jun 18, 2020, 11:37 AM IST

ETV Bharat / videos

বিশ্বৰ দেশসমূহত COVID-19ৰ শেহতীয়া পৰিসংখ্যা

সমগ্ৰ বিশ্বতে 17 জুনলৈ COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 82,56,857 গৰাকীলৈ ৷ লগতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে ৷ COVID-19ত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বতে এই পৰ্যন্ত 4,45,937 গৰাকী লোকে মৃত্য়ুক আঁকোৱালি লৈছে ৷ বিশ্বৰ দেশসমূহৰ COVID-19ৰ সাম্প্ৰতিক পৰিসংখ্যাৰ বিষয়ে জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details