অসম

assam

By

Published : Jun 1, 2020, 12:36 PM IST

ETV Bharat / videos

বিশ্বজুৰি COVID-19ৰ সাম্প্ৰতিক তথ্য...

কৰ'ণা মহামাৰীৰ ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত ৷ 1 জুনলৈ সমগ্ৰ বিশ্বতে 6,262,805 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 373,855 গৰাকী লোকে ৷ বৰ্তমানলৈ বিশ্বৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ দেশখনত 1,837170 গৰাকী লোক COVID-19 ত আক্ৰান্ত হৈছে আৰু 106,195 গৰাকী লোকে এই পৰ্যন্ত মৃত্যুক আঁকোৱালি লৈছে ৷ ব্ৰাজিলতো এই মহামাৰীত 514,849 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক সাৱটি লৈছে 29,374 গৰাকী লোকে ৷ বিশ্বৰ দেশ সমূহৰ COVID-19 ৰ খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details