অসম

assam

COVID 19: বিশ্বৰ সামগ্ৰিক তথ্য

By

Published : Jul 21, 2020, 12:14 PM IST

21 জুলাইৰ দিনটোলৈকে বিশ্বজুৰি 148,55,107 গৰাকী লোক আক্ৰান্ত হয় কৰ'ণা ভাইৰাছত ৷ আক্ৰান্তসকলৰ ভিতৰত মৃত্যুক সাৱটি লৈছে 6,13,248 গৰাকী লোকে ৷ সম্প্ৰতি কৰ’ণা ভাইৰাছত আক্ৰান্ত বিশ্বৰ দেশসমূহৰ শীৰ্ষ তালিকাৰ তিনি নং স্থানত অৱস্থান কৰিছে ভাৰতবৰ্ষই ৷ ভাৰতত 11,55,191 গৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে 28,084 গৰাকী লোকৰ ৷ বিশ্বৰ ভিন্ন প্ৰান্তত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ শেহতীয়া পৰিসংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details