অসম

assam

By

Published : Jul 3, 2020, 11:56 AM IST

ETV Bharat / videos

কৰ'ণা সম্পৰ্কীয় বিশ্বৰ শেহতীয়া তথ্য

সমগ্ৰ বিশ্বতে অব্যাহত আছে কৰ'ণা ত্ৰাস ৷ বৰ্তমানলৈকে বিশ্বত 10,990,249 গৰাকী লোক COVID 19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 524,176 গৰাকীয়ে ৷ এই পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 2,837,189 গৰাকী লোক COVID 19 ত আক্ৰান্ত হোৱাৰ লগতে 131,485 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ ব্ৰজিলতো একেদৰে 1,501,353 গৰাকী লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ সবিশেষ চাঁওক আমাৰ এই প্ৰতিবেদনত...

ABOUT THE AUTHOR

...view details